Dr Mukundakam Sharma ডাঙৰীয়াক আলছুৰ আনুষ্ঠানিক নিমন্ত্ৰন……
অহা আগষ্ট মাহত অনুষ্ঠিত হব বিষ্ণুৰাম মেধী বঁটা প্ৰদান অনুষ্ঠান ২০১৭ তথা আলছু প্ৰতিষ্ঠা দিৱস, এই বৰ্ষৰ বিষ্ণুৰাম মেধী আদৰ্শ আইজীৱি বঁটাৰ বাবে নিৰ্বাচিত হোৱা উচ্চতম ন্যায়লয়ৰ প্ৰক্তন ন্যায়ধীশ ড০ মুকুন্দকাম শৰ্মা ডাঙৰীয়াক আলছুৰ অনুষ্ঠানিক নিমন্ত্ৰন……
No comments:
Post a Comment