Tuesday, April 21, 2020

চৈয়দ আব্দুল মালিক

বিৰ্তক আৰাম্ভ হোৱাৰ কাৰনে লিখিলো




চৈয়দ আব্দুল মালিকৰ চাৰৰ বিষয়ে এটি চমু বিৱৰণ:
১৯১৯ চনৰ ১৫ জানুৱাৰীত গোলাঘাটৰ নাহৰণিত জন্ম হৈছিল মালিক চাৰ। তেও অকল অসমীয়া সাহিত্য জগতলৈ নহয় বৰঞ্চ অসমৰ সমাজ জীৱনলৈ এক অপৰিসীম অৱদান আগবঢ়ায় থৈ গৈছে।
শিক্ষা:-
১।যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা
২।যোৰহাট মহাবিদ্যালয়ৰ পৰা আই,এ
৩।১৯৪১ চনত কটন মহাবিদ্যালয়ৰ পৰা বি,এ
৪।১৯৫১ চনত অসমীয়া বিভাগত এম,এ।
কৰ্মজীৱন:-
১।১৯৪২ চনত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ
২।১৯৪৬ চনত যোৰহাট মহাবিদ্যালয়ত পাৰ্ছী ভাষাৰ দুবছৰীয়া প্ৰবক্তা
৩।১৯৫১ ৰ পৰা ১৯৭৬ চনলৈ যোৰহাট জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা।
৪।১৯৬৩ ৰ পৰা ১৯৬৯ চনলৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য।
৫।১৯৬৯ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক
৬।১৯৭৬ চনত ৰাজ্যসভাৰ সদস্য।
সাহিত্য জগতলৈ অৱদান:-
১।উপন্যাস: ৬০ৰ অধিক।
২।গল্প সংকলন:২৫ খনৰো অধিক।
৩।কবিতা:৬ খন ।
৪।নাটক:৭ খনৰো অধিক।
৫।হাস্যৰসৰ ৰচনা:৭খন।
৬।ভ্ৰমণ কাহিনী:৩খন।
৭।অন্যান্য গ্ৰন্থ::১০খন।
৮।শিশু সাহিত্য:৩খন
বঁটা আৰু সন্মান:
১।১৯৭২ চনত সাহিত্য একাডেমী বঁটা(অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে)
২।১৯৮৪ চনত পদ্মশ্ৰী বঁটা
৩।১৯৯২ চনত পদ্মবিভূষণ
৪।১৯৯২ চনত অসম উপত্যকা বঁটা
৫।১৯৯৯ চনত শংকৰদেৱ বঁটা।
৬।১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি।

২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত অনন্তধামলৈ গমন কৰে।
আজিৰে পৰা বলবৎ হৈছে লকডাউনৰ ক্ষেত্ৰত এনে কিছুমান নতুন নিয়ম:-

Friday, October 5, 2018

To Law Student Who Was Denied Attendance Relaxation For Pregnancy By Delhi HC...

The Supreme Court on Friday granted interim relief to a student of the L.L.B. course of Faculty of Law, University of Delhi (DU), who had missed college due to her pregnancy. The Bench comprising Justice Kurian Joseph and Justice AM Khanwilkar issued notice to DU, while permitting her to attend classes for the next semester... 
The Petitioner, Ms. Ankita Meena had approached the Delhi High Court earlier this year, seeking a direction to DU to permit her to appear in the IV semester LL.B Examination. She could not meet the requisite 70% attendance criteria, having missed almost 2 months of the semester due to her pregnancy. She had sought relaxation relying on Rule 2 (9) (d) of Ordinance VII of Chapter III of Delhi University which states, “In the case of a married woman student who is granted maternity leave, in calculating the total number of lectures delivered in the College or in the University, as the case may be, for her course of study in each academic year, the number of lectures in each subject delivered during the period of her maternity leave leave shall not be taken into account.”...
The High Court had, however, noted that the position had been settled by a decision by the Division Bench of the court in the case of University of Delhi & Anr. v. Vandana Kandari & Anr., wherein the court had held that maternity leave cannot be put in a different compartment for the purposes of relaxation of attendance.The court had further highlighted the fact that LL.B. is a “a special professional course where no relaxation can be granted contrary to the Bar Council of India Rules, which specifically governs the field.”...
It had, therefore, in May, refused to granted her attendance relaxation, noting that while “there may be justification for the petitioner’s inability to attend regular classes”, the relief cannot be granted in light of the Rules of Legal Education of the Bar Council of India as well as earlier decisions of the High Court....

Saturday, August 25, 2018

UGC asks colleges to ban sale of junk food on campuses

All the colleges and higher education institutions affiliated to the University Grants Commission (UGC) have been asked to take measures to avoid junk food on their campuses and to sensitise students against consumption of the same.
A letter regarding the same has been issued from the HRD ministry, asking the UGC to ban the sale of junk food on premises of higher education institutions. 
"Banning junk food in colleges will set new standards for healthy food, making the students live better, learn better and reduce obesity levels. This will prevent lifestyle diseases which have a direct link with excessive weight," the UGC said in a communication to the universities. It is to be mentioned that a similar move was made earlier by the Central Board of Board of Secondary Education (CBSE) which had directed all affiliated schools to take junk food off their canteen menu.

Friday, June 30, 2017

G.S.T AND EXPECTATION OF AALSU

জি এছ টি, অৰ্থাৎ "সামগ্ৰী আৰু সেৱা কৰ" ১ জুলাইৰ পৰা সমগ্ৰ ভাৰত বৰ্ষত প্ৰযোজ্য হব। এক দেশ এক কৰ নীতিৰ আধাৰত অৰ্থনৈতিক সংস্কাৰৰ এই বৃহৎ পদক্ষেপে সাধাৰন নাগৰিকৰ উপকাৰ সাধন কৰাতো বিছাৰো। সময়ে নিৰ্ধাৰন কৰিব এই কৰ সংস্কাৰৰ ফলত শোষিত শ্ৰেনীকে শোষন কৰি থাকিব নে সমতা সৃষ্টি হব, নে ধনী শ্ৰেনীকে ধনী হোৱাৰ পথ মুকলি কৰিব……
আমিও ভাৰত বৰ্ষ বিশ্বৰ এক শক্তিশালী অৰ্থনৈতিক শক্তি হোৱাতো প্ৰকৃত অৰ্থত কামনা কৰো।
যি নহওক আমি সদৌ অসম আইন ছাত্ৰ সন্থাৰ হৈ জি এছ টি'ক স্বাগতম জনাইছো।

Thursday, June 22, 2017

GHCBA ৰ নৱনিৰ্বাচিত সম্পাদিকা বনশ্ৰী গগৈলৈ আলছুৰ কেন্দ্ৰীয় সমিতিৰ অভিনন্দন

GHCBA ৰ নৱনিৰ্বাচিত সম্পাদিকা বনশ্ৰী গগৈলৈ আলছুৰ কেন্দ্ৰীয় সমিতিৰ অভিনন্দন

GHCBA ৰ হৈ যোৱা নিৰ্বাচনত জয় যুক্ত হোৱা সম্পাদিকা বনশ্ৰী গগৈ তথা নতুন সমিতি খনলৈ অভিনন্দন জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ বৰা, কাৰ্য্যকৰী সভাপতি হৰেন উদয় শৰ্মা আৰু সম্পাদক চামছুল হকে।অনাগত দিনত সমাজত ন্যায়ৰ প্ৰতিষ্ঠাৰ দিনত এক সুন্দৰ পৰিবেশ ৰচনাৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান আইন ছাত্ৰ সন্থাৰ।

Sunday, May 21, 2017

AALSU Central committee treasurer Dipankar Deka Selected for assam karate team. The competition to be held on 12 13 oct 2017 under( kai) karate association of india recognished by olympic association of india. And world karate federation.

84+ men senior 6th lower assam zonal gold medalist Dipankar deka Selected for assam karate team.  The competition to be held on 12 13 oct 2017 under( kai) karate association of india recognished by olympi association of india.
And world karate federation.