নিত্য নতুন পৰিকল্পনাৰে আগবাঢ়িছে সদৌ অসম আইন ছাত্ৰ সন্থা, সংগ্ৰামৰ লগতে আইন ছাত্ৰৰ সামগ্ৰিক বিকাকাশৰ বাবে কাম কৰি যোৱা সদৌ অসম আইন ছাত্ৰ সন্থাৰ উপ সভাপতি দেৱাশীষ মেধীয়ে প্ৰস্তুত কৰিছে এক নতুন পৰিকল্পনা যাৰ দ্বাৰা লাভাম্বিত হব ব্যৱহাৰিক কলা বিকাশৰ ক্ষত্ৰত অসমৰ আইন ছাত্ৰ ছাত্ৰী সকল, কিন্তু এই পৰিকল্পনা গৃহিত হব লাগিব কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত, সভাৰ সৰ্ব সন্মত সিদ্ধান্তৰ পিছত অসমৰ আইন ছাত্ৰ ছাত্ৰী সকলে এটি ভাল খৱৰ লাভ কৰিব বুলি ধাৰনা কৰা হৈছে।

No comments:
Post a Comment