Sunday, May 21, 2017

AALSU Central committee treasurer Dipankar Deka Selected for assam karate team. The competition to be held on 12 13 oct 2017 under( kai) karate association of india recognished by olympic association of india. And world karate federation.

84+ men senior 6th lower assam zonal gold medalist Dipankar deka Selected for assam karate team.  The competition to be held on 12 13 oct 2017 under( kai) karate association of india recognished by olympi association of india.
And world karate federation.

AALSU Central committee treasurer Dipankar Deka Selected for assam karate team. The competition to be held on 12 13 oct 2017 under( kai) karate association of india recognished by olympi association of india. And world karate federation..

84+ men senior 6th lower assam zonal gold medal.  Dipankar deka.  Selected for assam team.  To be held on 12 13 oct 2017 under( kai) karate association of india recognished by olympi association of india.  


And world karate federation.  Held to day at barpeta.

Saturday, May 6, 2017

AALSU workshop on protection of women from domestic violence and law relating to women and child trafficking at DHSK law college



AFSPA তিনি মাহলৈ বলবৎ সমগ্ৰ অসমত, আলছুৰ সভাপতি সম্পাদকৰ প্ৰতিক্ৰিয়া…

কেন্দ্ৰীয় চৰকাৰে গোটেই অসমত বিশেষ সেনা বাহিনী আইন [Armed Forces (Special Powers) Act — AFSPA] বলবৎ কৰি পুনৰ সাধাৰন অসহায় জনতাৰ ওপৰত অত্যাচাৰ আৰাম্ভ কৰি মানৱ অধিকাৰ বিৰ্সজন দিবলৈ উলাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে সঞ্জীৱ বৰা আৰু চামছুল হকে, বিগত সময়ত মনিপুৰত এই আইন প্ৰত্যাহাৰৰ দাৱী লৌহ মানৱী ইৰম শৰ্মীলাৰ বছৰ বছৰ অনশনকো পদলেহন কৰি মনিপুৰৰ সাধানৰন নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ পিছতো আলফা, এন এছ চি এন (খাপলাং) এন এছ চি এন (আই এম), এনডি এফ বি, অবাধ বিচৰনৰ অজুহাতত সমগ্ৰ অসমত এই আইন বলবৎ কৰি অসমৰ নিৰিহ জনসাধাৰনৰ ওপৰত অত্যাচাৰ চলাব খুজিছে কেন্দ্ৰীয় চৰকাৰে বুলি মন্তব্য কৰে সদৌ অসম আইন ছাত্ৰ সন্থাই। অসমৰ জনসাধাৰনে সন্ত্ৰাসবাদ দমনৰ নামত সেনাৰ সাধাৰন নাগৰিকৰ ওপৰত অকথ্য নিৰ্য্যাতন আজিও পাহৰা নাই বুলি উল্লেখ কৰি সভাপতি সঞ্জীৱ বৰাই কয় যে যদিহে অনাগত দিনত এই আইনৰ গয়না লৈ সাধাৰন নাগৰিকৰ ওপৰত অত্যাচাৰ আৰাম্ভ হয় সদৌ অসম আইন ছাত্ৰ সন্থা মনে মনে নাথাকে বুলিও কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে।

Friday, May 5, 2017

নিৰ্ভয়াই পালে ন্যায় ৷ আজি ঘোষিত উচ্চতম ন্যায়লয়ৰ শুনানীত চাৰি অপৰাধীৰ বাহাল থাকিল মৃত্যুদণ্ডৰ ৰায়৷

সদৌ অসম আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা মহামান্য উচ্চতম ন্যায়লয়ৰ নিৰ্ভয়া কাণ্ডৰ ওপৰত আজিৰ যি ৰায় দান আদৰনী জনাইছে সন্থায়, এই ৰায়ক ঐতিহাসিক আখ্যা সদৌ অসম আইন ছাত্ৰ সন্থাৰ…

Monday, May 1, 2017

আইন ছাত্ৰৰ কান্দোন শুনিবনে চৰকাৰে…?

অসম চৰকাৰে সদৌ অসম আইন ছাত্ৰ সন্থাৰ আইন মহাবিদ্যালয় সমূহৰ প্ৰাদেশীকৰন দাৱী অতিশীঘ্ৰে মানি লওক…
" আইন শিক্ষা হলে সফল, গনতন্ত্ৰ হব সফল"