সদৌ অসম আইন ছাত্ৰ সন্থাৰ নাম লৈ সংবাদ মেল দিয়া এটা ছাত্ৰ গোট আৰু সদৌ অসম আইন ছাত্ৰ সন্থাৰ বুলি প্ৰচাৰ চলোৱা কেইখন মান সংবাদ পত্ৰৰ বিৰুদ্ধে সৰৱ হৈ সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক চামছুল হকে কয় যে আইনৰ ছাত্ৰ হৈ আইন ভংগ কৰাতো উচিত নহয় আৰু সংবাদ পত্ৰ কেইখনকো সমালোচনা কৰি কয় যে ভালকৈ পৰ্য্যবেক্ষন নকৰাকৈ বাতৰি পৰিবেশন কৰাতো সংবাদ নীতিৰ বিৰুধী। ভৱিশ্যতে এনেধৰন কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে।

No comments:
Post a Comment