Friday, April 28, 2017

বিষ্ণুৰাম মেধী আদৰ্শ আইনজীৱি বঁটা ২০১৭

সদৌ অসম আইন ছাত্ৰ সন্থা চমুকৈ (আলছু্) তৰফৰ পৰা অসমৰ আইন ক্ষেত্ৰ খনত থাকি সমাজ জীৱনৰ প্ৰতি অৱদান আগবঢ়োৱা তথা আইন ক্ষেত্ৰ খনত থাকি অসম ভূমিলৈ গৌৰৱ কঢ়িয়াই অনা অসম মাতৃৰ একোজন শ্ৰেষ্ট সন্তানক বিষ্ণুৰাম মেধী আদৰ্শ আইনজীৱি বঁটাৰে প্ৰতি বছৰে সন্মানিত কৰা হব। এই বৰ্ষৰ এই বঁটাৰ বাবে অসম মাতৃৰ সুযোগ্য সন্তান তথা উচ্চতম ন্যায়লয়ৰ প্ৰাক্তন ন্যায়ধীশ সন্মানীয়
ড০ মুকুন্দ কাম শৰ্মা এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। অহা আগষ্ট মাহৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হব।

No comments:

Post a Comment