Thursday, June 22, 2017

GHCBA ৰ নৱনিৰ্বাচিত সম্পাদিকা বনশ্ৰী গগৈলৈ আলছুৰ কেন্দ্ৰীয় সমিতিৰ অভিনন্দন

GHCBA ৰ নৱনিৰ্বাচিত সম্পাদিকা বনশ্ৰী গগৈলৈ আলছুৰ কেন্দ্ৰীয় সমিতিৰ অভিনন্দন

GHCBA ৰ হৈ যোৱা নিৰ্বাচনত জয় যুক্ত হোৱা সম্পাদিকা বনশ্ৰী গগৈ তথা নতুন সমিতি খনলৈ অভিনন্দন জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ বৰা, কাৰ্য্যকৰী সভাপতি হৰেন উদয় শৰ্মা আৰু সম্পাদক চামছুল হকে।অনাগত দিনত সমাজত ন্যায়ৰ প্ৰতিষ্ঠাৰ দিনত এক সুন্দৰ পৰিবেশ ৰচনাৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান আইন ছাত্ৰ সন্থাৰ।

No comments:

Post a Comment